মাণিকপুৰ : বৰপেটাৰ জিলাৰ সৰভোগত ভাৰতৰ ছাত্ৰ ফেডাৰেচন ( SFI)ৰ বৰনগৰ আঞ্চলিক কমিটিৰ উদ্যোগত ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰা, নিয়মীয়া বিদ্যুৎ যোগান, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, কোঁচ ৰাজৱংশীসহ ৫ জনগোষ্ঠীক জনজাতিকৰনৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰেষ৷ ছাত্ৰ সংগঠনটোৱে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ লগতে অগপ দলকো কঠোৰ সমালোচনা কৰি সৰভোগৰ ৰাজপথ উত্তাল কৰি তোলে।
Responsive Ads Here
Saturday, June 02, 2018

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছাত্ৰ ফেডাৰেছন বিক্ষোভ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment