৫০০খন আন্তর্জাতিক ক্রিকেট মেচত অংশগ্রহণ কৰাৰ কৃতিত্ব অর্জন ধোনীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 8, 2018

৫০০খন আন্তর্জাতিক ক্রিকেট মেচত অংশগ্রহণ কৰাৰ কৃতিত্ব অর্জন ধোনীৰ


টেষ্ট ক্ৰিকেট : ৯০ খন
এদিনীয়া ক্ৰিকেট : ৩১৮ খন
টি-২০ ক্ৰিকেট : ৯২
কার্ডিফ : ৫০০খন আন্তর্জাতিক ক্রিকেট মেচত অংশগ্রহণ কৰি ভাৰতৰ তৃতীয় গৰাকী খেলুৱৈ হিচাপে কৃতিত্ব অর্জন কৰিলে টীম ইণ্ডিয়াৰ উইকেটৰক্ষক তথা প্ৰাক্তন অধিনায়ক মহেন্দ্র সিং ধােনীয়ে। ইংলেণ্ডৰ বিপক্ষে শুকুৰবাৰে কার্ডি ফত অনুষ্ঠিত টি-২০ মেচখনত অংশ লৈ এই গৌৰৱ অর্জন কৰে ভাৰতীয় দলটোৰ প্রাক্তন অধিনায়ক গৰাকীয়ে। ৯০খন টেষ্টত অংশগ্ৰহণ কৰি ২০১৪ চনত টেষ্টৰ পৰা অৱসৰ লােৱা ধােনীয়ে ৩১৮খন এদিনীয়া আৰু ৯২খন টি-২০ ভাগ লৈছে।

No comments:

Post a Comment

SPONSORED