- ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল ছচিয়েল মিডিয়াত
- Googleত ‘ভিখাৰী’ টাইপ কৰি ছাৰ্চ কৰিলে ওলায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফটো
ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। |
ছছিয়েল মিডিয়াত ভাইৰেল হৈছে ফটো:
ছচিয়েল মিডিয়াত ইমৰাণ খানৰ এই ফটোক লৈ তীব্ৰ ককৰ্থনা কৰা হৈছে। ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
ইমৰাণ খানক কিয় ভিখাৰী হিচাপে কিয় দেখুৱাইছে গুগলে:
আচলতে, গুগল ছাৰ্চ ইঞ্জিনক এনেদৰে বনোৱা হৈছে যে যেতিয়া কোনো শব্দ টাইপ কৰি বাৰে বাৰে বিচৰা হয়, তেতিয়া ছাৰ্চ ইঞ্জিনে সেই কী–ৱৰ্ডটো জনপ্ৰিয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰে। উল্লেখযোগ্য যে গুগল ইমেজ ছাৰ্চত ‘ইডিয়ট’ টাইপ কৰিলে সকলোতকৈ ওপৰত দেখা যায় ট্ৰাম্পৰ ফটো, যিখন বেবিস্পিটল ব্লগ ছাইটৰ। ইয়াত ড’নাল্ড ট্ৰাম্পক বাৰে বাৰে ‘ইডিয়ট’ কোৱা হৈছে। এই ব্লগ ছাইটত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে কেইবাটাও লিখনি লিখা হৈছে।