জনিয়াত বৰপেটা আই এ জিৰ সৈতে মত বিনিময় সভা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 6, 2019

জনিয়াত বৰপেটা আই এ জিৰ সৈতে মত বিনিময় সভা

বৰপেটা  : আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী বেচৰকাৰী সংগঠন (এন জি অ) ইণ্ডো গ্লুবেল ছচিয়েল ছাৰ্ভিচ ছচাইটি চমুকৈ আই জি এছ এছ এছ'ৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান ( এন জি অ) জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত যোৱা ৪ ছেপ্তেম্বৰত জনিয়া এ জি ইউ পি'ৰ সভাকক্ষত বৰপেটা আই এ জি'ৰ সৈতে মতবিনিময় সভা অনুষ্ঠিত হৈ যায়। 


জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিকে আঁত ধৰা সভাত আই জি এচ এচ এচ'ৰ কাৰ্যসূচী পৰিচালক থাংচা ছেবাটিয়ান, কনছৰটিং মেনেজাৰ বাবু সাহা, সমন্বয়ক ৰাজেন শইকীয়া, মেৰি সিংহ,বৰপেটা পি এইচ ইৰ পৰ্যালোচক প্ৰাঞ্জল ডেকা,সাংবাদিক মইনুল হক চৌধুৰী উপস্থিত থাকি বিশুদ্ধ খোৱা পানী,স্বচ্ছতা সন্দৰ্ভত তথ্য সমৃদ্ধ গঠণমূলক বক্তব্য আগবঢ়ায়।

SPONSORED