এনডিফবিৰ মূল উদ্দেশ্য বড়োলেণ্ডৰ ক্ষেত্ৰ বিস্তাৰ কৰাঃ মহিলাৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, January 27, 2020

এনডিফবিৰ মূল উদ্দেশ্য বড়োলেণ্ডৰ ক্ষেত্ৰ বিস্তাৰ কৰাঃ মহিলাৰী






গুৱাহাটী : বড়োলেণ্ডৰ শান্তি চুক্তি ক্ষেত্ৰত সন্দৰ্ভে বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰীয়ে সংবাদিকৰ আগত মন্তব্য কৰি কয় যে নতুন জিলা, মহকুমা আমাৰ এই দাবী চুক্তিত আছে। কেন্দ্ৰীয় সকলো আঁচনি সমূহ আমি পোনপটীয়া ভাৱে লাভ কৰিম। আমি আমাৰ বড়োভূমিৰ পৰিসৰ বৃদ্ধিৰ কথা কৈছো কিন্তু এইটো দেখা যাব আমাৰ বড়োভূমিৰ পৰিসৰ বৃদ্ধি হ’ব নে নাই। এইবোৰ কথা মোৰ ওপৰত নিৰ্ভৰ নকৰে এনডিএফবিৰ নেতা সকলৰ ওপৰতহে এই ক্ষেত্ৰত নিৰ্ভৰ কৰিব।

No comments:

Post a Comment

SPONSORED