বড়ো চুক্তিৰ দফা সমূহ ৰূপায়িত হ’লেই পৃথক ৰাজ্যলৈ পৰিণত হ’ব বড়োভূমি : মহিলাৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, January 30, 2020

বড়ো চুক্তিৰ দফা সমূহ ৰূপায়িত হ’লেই পৃথক ৰাজ্যলৈ পৰিণত হ’ব বড়োভূমি : মহিলাৰী

কোকৰাঝাৰ : বড়ো শান্তি চুক্তিক লৈ BTRত আনন্দ উল্লাস চলি থকাৰ সয়মতে পুনৰ বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ। বড়ো শান্তি চুক্তিৰ দফা সমূহ ৰূপায়িত হ’লেই আপোনাআপুনি পৃথক ৰাজ্যলৈ পৰিণত হ’ব বড়োভূমি।


কোকৰাঝাৰৰ পাটগাঁৱত মূলসুঁতিলৈ উভটি অহা NDFBৰ নেতৃবৰ্গক আদৰণি জনাবলৈ আয়োজন কৰা এখন সভাত এই মন্তব্য মহিলাৰীৰ। আনহাতে বড়ো চুক্তি দিনটো সমগ্ৰ বড়োসকলৰ বাবে ঐতিহাসিক দিন বুলি মন্তব্য কৰি NDFBৰ নেতা বি ফেৰেংগাই কয় যে এতিয়া আমি ৰাইজৰ লগত থাকি কাম কৰি যাম। ৭ ফেব্ৰুৱাৰীৰ দিনাও প্ৰায় ২৮০০ৰো অধিক NDFBৰ কেডাৰে অস্ত্ৰ সম্বৰণ কৰিব।

No comments:

Post a Comment

SPONSORED