প্ৰশান্ত কিশোৰক আৰ জে ডিত যোগ দিবলৈ আহ্বান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, January 30, 2020

প্ৰশান্ত কিশোৰক আৰ জে ডিত যোগ দিবলৈ আহ্বান

জনতা দল ইউনাইটেডৰ পৰা বহিষ্কাৰ কৰা নেতা প্ৰশান্ত কিশোৰক ৰাষ্ট্ৰীয় জনতা দল আৰ জে ডিত যোগ দিবলৈ আমন্ত্ৰণ জনাইছে। আৰ ডে ডিৰ নেতা লালু প্ৰসাদৰ পুত্ৰ তেজ প্ৰতাপ যাদৱে কয় যে আপুনি আমাৰ লগত আহিব পাৰে। আৰ জে ডিলৈ আপোনাক স্বাগতম। কিন্তু প্ৰশান্ত কিশোৰে কয় যে তেওঁ নিজৰ ভৱিষ্যতৰ কথা ১১ ফ্ৰেব্ৰুৱাৰীত পাটনাত জনাব। এতিয়ালৈকেএই সম্বন্ধে কাৰো সৈতে কথা নাপাতো।

No comments:

Post a Comment

SPONSORED