- কাইলৈৰ পৰা আৰম্ভ হ’ব মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা
- ৰাজ্যৰ মুঠ ৪৬০টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা
- পৰীক্ষাগৃহত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন
- পৰীক্ষাৰ্থীৰ সন্মুখত নিৰীক্ষকে খুলিব লাগিব প্ৰশ্নকাকত
- নকলক লৈও পূৰ্বতকৈ কঠোৰ ছেবা
- নকল কৰি ধৰা পৰিলে ৩ বছৰলৈ নিলম্বিত হ’ব পৰীক্ষাৰ্থী
- পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব ক’লা চিয়াহী
- পৰীক্ষাকেন্দ্ৰসমূহত থাকিব CCTVৰ ব্যৱস্থা
- এইবাৰ পৰীক্ষাত অবতীৰ্ণ হ’ব ৩,৫৮,৪৪৬ গৰাকী পৰীক্ষাৰ্থী
Responsive Ads Here
Sunday, February 09, 2020

কাইলৈৰ পৰা মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment