ফিল্মফেয়াৰ : মিঃ ৰাজকুমাৰৰ বেজাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, February 18, 2020

ফিল্মফেয়াৰ : মিঃ ৰাজকুমাৰৰ বেজাৰ

গুৱাহাটী : ফিল্মফেয়াৰলৈ নমতাৰ বাবে বেজাৰ–ক্ষোভ প্ৰকাশ কৰিছে মিঃ ৰাজকুমাৰে।ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মিঃ ৰাজকুমাৰৰ এটা পোষ্ট। পোষ্টটোত ৰাজকুমাৰ বেজাৰ–ক্ষোভ প্ৰকাশ পাইছে। 


ফেচবুক পোষ্টটোত ৰাজকুমাৰে লিখিছে – ‘মই নিজে হিন্দী গীত ৰচনা কৰি টিউন কৰি গাইছো। হিন্দী চিনেমা বনাই দেখুৱাইছো। মই বলীউদত নপৰো নেকি? মোৰ হিন্দী আৰু ইংৰাজী গীত ভাৰত আৰু বিশ্বত শুনি আছে।কিন্তু অসমত বলীউদত কাম কৰা মানুহৰ নাম নলয়।’

No comments:

Post a Comment

SPONSORED