কোন কোন থাকিব বিজেপিৰ নতুন ৰাজ্যিক কমিটীত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 18, 2020

কোন কোন থাকিব বিজেপিৰ নতুন ৰাজ্যিক কমিটীত

গুৱাহাটী : শীঘ্ৰেই গঠন হ'ব বিজেপিৰ নতুন ৰাজ্যিক কমিটী৷বিজেপিৰ ভিতৰচ'ৰাত চলিছে ব্যাপক চৰ্চা৷লগতে, সাল–সলনি হ'ব বিজেপিৰ আঠটাকৈ মৰ্চাৰ৷


বিশেষকৈ কাৰ্যনিৰ্বাহকত থকা তিনিজন সাধাৰণ সম্পাদকৰ ভিতৰত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ পুলক গোঁহাই,মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তথা পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ নাম চৰ্চাত৷ অৱশ্যে মৃগাঙ্ক বৰ্মনক আন পদবীৰে সংস্থাপিত কৰাৰ সম্ভাৱনা অধিক৷ইয়াৰ লগতে সালসলনি ঘটিব পাৰে বিজেপিৰ কাৰ্যবাহী কমিটীখনো৷

No comments:

Post a Comment

SPONSORED