পঞ্চম গৰাকী কন্যাৰ পিতৃ হ’ল ছাহিদ আফ্ৰিদী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, February 17, 2020

পঞ্চম গৰাকী কন্যাৰ পিতৃ হ’ল ছাহিদ আফ্ৰিদী

ইছলামাবাদ : পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা অলৰাউণ্ডাৰ ছাহিদ আফ্ৰিদী পুনৰ এবাৰ পিতৃ হৈছে। তেওঁৰ পত্নী নাদিয়াই পঞ্চমগৰাকী কন্যাক জন্ম দিয়ে। এই খবৰ খেলুৱৈগৰাকীয়ে নিজৰ ইষ্টাগ্ৰাম একাউণ্টযোগে প্ৰকাশ কৰে।


তেওঁ প’ষ্টটোত লিখিছে- মোৰ ওপৰত উপৰৱালাৰ অসীম আশীৰ্বাদ আৰু কৃপা আছে। চতুৰ্থগৰাকী কন্যাৰ পাছত পঞ্চমগৰাকী কন্যাৰ পিতৃ হ’লো। মোৰ শুভাকাংক্ষী সকলক এই খবৰ জনাই মই বহু সুখী অনুভৱ কৰিছো।

No comments:

Post a Comment

SPONSORED