কেজৰিৱালৰ শপতগ্রহণ অনুষ্ঠানত ‘লিটিল মাফলাৰমেন’ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 16, 2020

কেজৰিৱালৰ শপতগ্রহণ অনুষ্ঠানত ‘লিটিল মাফলাৰমেন’

নতুন দিল্লী : দেশৰ ৰাজধানী দিল্লীত আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিলে আম আদমী পার্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে৷ঐতিহাসিক ৰামলীলা মৈদানত আয়োজিত এই শপতগ্রহণ অনুষ্ঠানত বহুকেইগৰাকী বিশেষ অতিথি উপস্থিত থকাৰ সমান্তৰালকৈ উপস্থিত থাকে ‘লিটিল মাফলাৰমেন’। 


যাৰ বাবে আজিৰ এই অনুষ্ঠানত বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ পৰিণত হয় ‘লিটিল মাফলাৰমেন’ ৰূপে পৰিচিত আভ্যান টুমৰ। উল্লেখ্য যে ‘লিটিল মাফলাৰমেন’ ৰূপে পৰিচিত আভ্যান টুমৰে কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানলৈ বিশেষ আমন্ত্ৰণ লাভ কৰিছিল।

No comments:

Post a Comment

SPONSORED