প্ৰাক্তন বিধায়ক হাবুল চক্ৰৱৰ্তীৰ দেহাৱসান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, February 16, 2020

প্ৰাক্তন বিধায়ক হাবুল চক্ৰৱৰ্তীৰ দেহাৱসান


 ঢেকীয়াজুলি : ঢেকীয়াজুলিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক হাবুল চক্ৰৱৰ্তীৰ দেহাৱসান। পুৱতি নিশা শ্বাস-প্ৰশ্বাসজনিত ৰোগত মৃত্যু হয় চক্ৰৱৰ্তীৰ।


প্ৰথমঅৱস্থাত ঢেকীয়জুলি হাস্পতাললৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পৰতে মৃত্যু হয় প্ৰাক্তন বিধায়কগৰাকীৰ। ৬০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে হাবুল চক্ৰৱৰ্তীয়ে।

No comments:

Post a Comment

SPONSORED