J U Garib Kalyan Personal Foundation ৰ মহানুভৱতা ! - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 10, 2020

J U Garib Kalyan Personal Foundation ৰ মহানুভৱতা !

 আঞ্চলিক: লকডাউনে আৰ্থিক জুৰুলা কৰা পৰিয়ালৰ ওচৰত J U Garib Kalyan Personal Foundation

J U Garib Kalyan Personal Foundation  ৰ managing  director জহিৰ উদ্দিনৰ নেতৃত্বত  সাধাৰণ সম্পাদিকা  ছাবিনা ইয়াছমিনৰ সহযোগত আজি লংকাৰ চামবৰীয়াত কিছু অসহায়  পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয়|

 উল্লেখ্য যে J U Garib Kalyan Personal Foundation ৰ Managing Director জহিৰ উদ্দিনৰ নেতৃত্বত|

 এই ফাউন্ডেশ্বনে প্ৰতিটো সময়ত সমাজৰ আৰ্থিক দূৰ্বল পৰিয়ালৰ কাষত থিয় দি আহিছে ,আৰু ভৱিষ্যতলৈ থাকিব সদায় সমাজৰ নিম্নশ্ৰেণীৰ লোকৰ কাষত। 

এই স্বাৰ্থহীন যাত্ৰাত নিষ্ঠাৰে সহযোগ কৰি যাম আৰু সদায় প্ৰতিশ্ৰুতি বদ্ধ৷বুলি মত পোষণ কৰে J U Garib Kalyan Personal Foundation ৰ্ সাধাৰণ সম্পাদিকাই 



No comments:

Post a Comment

SPONSORED