ULFAৰ দুই জ্যেষ্ঠ নেতাক বাধ্যতামূলক অব্যাহতি! কিন্তু কিয়? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, September 03, 2020

ULFAৰ দুই জ্যেষ্ঠ নেতাক বাধ্যতামূলক অব্যাহতি! কিন্তু কিয়?

অনুশাসনজনিত কাৰণত দুয়োজনকে অব্যাহতি দিয়াৰ কথা এক প্ৰেছ বিবৃতিযোগে জনাইছে আলফা স্বাধীনে।



আলফা স্বাধীনৰ পৰা দুই নেতাক অব্যাহতি দিয়া হৈছে৷ কেন্দ্ৰীয় কমিটীৰ নেতা সমীৰণ অসমক অব্যাহতি৷ সমীৰণ অসম সাংস্কৃতিক বিভাগৰ সহ-সম্পাদক৷ অব্যাহতি দিলে কেপ্টেইন লক্ষ্যজ্যোতি অসমকো৷ দুয়োজনকে বাধ্যতামূলক অব্যাহতি দিলে পৰেশ বৰুৱাই।

অনুশাসনজনিত কাৰণত দুয়োজনকে অব্যাহতি দিয়াৰ কথা এক প্ৰেছ বিবৃতিযোগে জনাইছে আলফা স্বাধীনে।


No comments:

Post a Comment

SPONSORED