দেৱব্ৰত শইকীয়া এগৰাকী বিফল :বিজেপি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 10, 2020

দেৱব্ৰত শইকীয়া এগৰাকী বিফল :বিজেপি

 বিধায়ক দেৱব্ৰত শইকীয়াক এগৰাকী বিফল বিধায়ক হিচাপে আখ্যা দিলে বিজেপিয়ে

শিৱসাগৰ:আজি শিৱসাগৰত আয়োজিত এক সংবাদমেলত এই অভিযোগ কৰে বিজেপি দলৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই৷ তেওঁ নাজিৰা সমষ্টিৰ উন্নয়ন মন্থৰ হোৱা বাবে বিধায়ক শইকীয়াক দোষাৰোপ কৰি কয় যে আগন্তুক বিধানসভাৰ নিৰ্বাচনত সমষ্টিটো বিজেপি দলে হস্তগত কৰাতো নিশ্চিত৷ এই তথ্য বুথ কমিটিসকলৰ পৰা সংগ্ৰহ কৰা বুলি সংবাদমেলত উল্লেখ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই৷ 

একেদৰে এ আই ইউ ডি এফৰ অনভিজ্ঞ বিধায়কে নিজৰ সমষ্টিৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে দেৱব্ৰত শইকীয়াৰ মন্থৰ গতিৰ বাবে সমষ্টিবাসীয়ে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ কৰে বিজেপি দলৰ মুখপাত্ৰা পবিত্ৰ মাৰ্ঘেৰিটাই৷

No comments:

Post a Comment

SPONSORED