ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ডঃ ৰাজেন্দ্ৰ প্ৰসাদো পঢ়িছিল মাদ্ৰাছাত - সাংসদ আব্দুল খালেক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2020

ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ডঃ ৰাজেন্দ্ৰ প্ৰসাদো পঢ়িছিল মাদ্ৰাছাত - সাংসদ আব্দুল খালেক

· মাদ্ৰাছা বন্ধ- সাংসদ আব্দুল খালেকৰ প্ৰতিক্ৰিয়া
· কংগ্ৰেছ শাসনলৈ আহিলেই খোলা হব মাদ্ৰাছা
· গোৱালপাৰাত এই মন্তব্য সাংসদ আবদুল খালেকৰ
· শিক্ষামন্ত্ৰীয়ে মাদ্ৰাছা আধুনিকীকৰণৰ কথাহে কব লাগিছিল
· কিন্তু মাদ্ৰাছা বন্ধ কৰাৰ কথা কোৱাটো দুৰ্ভাগ্যজনক
· ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ডঃ ৰাজেন্দ্ৰ প্ৰসাদো পঢ়িছিল মাদ্ৰাছাত

No comments:

Post a Comment

SPONSORED