নিশা ১০.৩০ বজালৈ খোলা থাকিব ৰেষ্টুৰেণ্ট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, October 23, 2020

নিশা ১০.৩০ বজালৈ খোলা থাকিব ৰেষ্টুৰেণ্ট

 নিৰ্দেশনাত সাল সলনি প্ৰশাসনৰ, নিশা ১০.৩০ বজালৈ খোলা থাকিব ৰেষ্টুৰেণ্ট

1.দুৰ্গা পূজা উপলক্ষে প্ৰশাসনে দিয়া নিৰ্দেশনাৰ কিছু সালসলনি কৰা হয় ।

2.নিশা ৯ বজাৰ পৰিবৰ্তে এতিয়াৰে পৰা নিশা ১০.৩০ বজালৈকে খোলা ৰাখিব পাৰিব ৰেষ্টুৰেণ্ট ।

3.স্বাস্থ্য আৰু পৰিয়ালকল্যান বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা ।

4.পূৰ্বতে ১২ অক্টোবৰত জাৰি কৰা হৈছিল নিৰ্দেশনা ।

5.অন্য নিৰ্দেশনা সমূহত কোনো সাল সলনি হোৱা নাই ।


No comments:

Post a Comment

SPONSORED