SI নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকা গ্ৰেপ্তাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, October 01, 2020

SI নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকা গ্ৰেপ্তাৰ

গুৱাহাটী :আত্মসমৰ্পণ কৰিবলৈ আহি অৱশেষত গ্ৰেপ্তাৰ হ’ল দিবন ডেকা ,বৰ্তমান চি আই ডি কাৰ্যালয়লৈ আনি থকা হৈছে দিবন ডেকাক।


 অৱশেষত গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকা। পাটাচাৰকুচিলৈ আত্মসমৰ্পণ কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিজেপি নেতা দিবন ডেকাক। বৰ্তমান  চি আই ডি কাৰ্যালয়লৈ আনি থকা হৈছে দিবন ডেকাক। চি আই ডিৰ কাৰ্যালয়লৈ অনাৰ পিছতে জেৰা কৰা হ’ব দিবনক। উল্লেখযোগ্য যে, ইতিমধ্যে অসম আৰক্ষীয়ে দিবন ডেকাক মষ্ট ৱাণ্টেড ঘোষণা কৰিছিল।

No comments:

Post a Comment

SPONSORED