আহিল হেপাঁহৰ শাৰদী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 16, 2021

আহিল হেপাঁহৰ শাৰদী


মিন্টু গোৱলা লখিমপুৰ
ফৰকাল আকাশৰ শুকুলা ডাৱৰ আৰেঁ আৰেঁ শেৱালীৰ সুবাসত পৰশ ডালি ধৰা লৈ নামিল দেৱী দুৰ্গা ।
দুৰ্গা নাশিনি ,মহিষামনদীনি পাপ নাশিনি দেৱী দুৰ্গাৰ উপাসনাত মাতল সমগ্ৰ মৰত লোকত শৰৎৰ জোনাক ৰাতিত হেঁপাহেৰে শাৰদীক আদৰাত ব্যস্ত।
সমগ্ৰ পাপক নাশ কৰা দেৱীৰ আৰাধনাত আজি সমগ্ৰ মৰত লোকত ব্যস্ত দেৱীৰ পুজাত।
সেউজীয়া বনত সোণ গুটিৰ সপোন সিঁচি সোণোৱালী সোণ ভৰাই দিয়ে।
কঁহুৱাৰ পৰশেও আগজাননী দিয়ে শাৰদী আহিছে বুলি!
শীম চেচ্চাঁ বতাহ জাকে ও মনত শাৰদীৰ বতৰ আনে
নিয়ৰেও লৈ আনে মৰতৰ মুকুতা মণি শাৰদীয় অলংকাৰ
স্বৰূপত, পাপৰ পৰা মুক্ত কৰা দেৱীৰ আৰাধনাত মগ্ন মৰত লোক!
সৰ্ব পাপ নাশ কৰে, সমস্ত জগতত শান্তি আনে এই মৰত লোকত !!
চৌদিশে আমোল-মোল শাৰদী ৰাণী আগমনে, দশোদিশ শুভ্ৰতাৰে বিস্তৃত নৈৰ পাৰ ।
শাৰদী আগমনে দশোদিশে প‌্ৰসণ কৰে ঢাক,শংসৰ ধ্বনিয়ে সকলোৰ মনত ভক্তিৰ ভাৱে মুখৰিত হয়।।

No comments:

Post a Comment

SPONSORED