দেউতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2021

দেউতা


  • গকুল ডেকা , ঘিলাকুৰি, দৰং (অসম )
নিঠৰুৱা হ'লোঁ অ দেউতা
পৰিত্ৰান কৰা । 
অকিঞ্চনৰ কাৰনে আজি
শ্ৰান্ত হৈ পৰিলোঁ 
সঙ্কট বাজিছে অ দেউতা ,

অন্তৰে কান্দিছে অ দেউতা
গৌৰৱ কৰো অ দেউতা ।
দুৰ্দশা হ'লেওঁ অঘৰী নহয় ,
অঘৰী নহয় ! নিভূত ভাৱে
অনশন কৰিছোঁ দেউতা ।
প্ৰতিৰোধ নেদিবা 

পৰিত্ৰান কৰা দেউতা ।
অন্ন দাতা নাই অ দেউতা
এয়ে সংসাৰৰ

আমিবোৰ মানুহ।

দাবি কৰিছোঁ ঈশ্বৰ

জীয়াই থাকিবলৈ দিয়া
আমি বোৰ মানুহ 

No comments:

Post a Comment

SPONSORED