মা" - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, October 15, 2021

মা"


  • নুৰ এ- এলাহি.(ধুবুৰী)|
মা..মা...মা বুলি বিছাৰি ফুৰো
মই অকলে মই ,
মা তুমি হেনো ক'ত গৈছা মোক
অকলে এৰি থৈ!
তোমাৰ কোলাতে আছিলে মা
পৃথিৱীৰ সকলো সুখ,
গোটেই পৃথিৱী বিছাৰিলো মই
দেখা নাপালোঁ তোমাৰ মুখ!
তুমি হেনো মোক খুৱাই দিছিলা
কিমান মৰম কৈ,
সকলো পাহৰি ক'ত গৈছা আজি মোক,
অকলে এৰি থৈ!
ত'ৰা হৈ আছা তুমি বিশাল আকাশত ,
ইমান ত'ৰাৰ মাজত তোমাক বিছাৰি পাম নো কত?
ইমান তৰাৰ মাজত মাত্ৰ এটাই উজ্জ্বল ত'ৰা ,
মা কিবা যদি ক'ব খোজা, সপোনত ক'ব পৰা |

No comments:

Post a Comment

SPONSORED