বৰক্ষেত্ৰীৰ ২ নং বৰবালাত যৌতুক বিচাৰি পত্নী নিৰ্যাতনৰ ঘটনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 8, 2022

বৰক্ষেত্ৰীৰ ২ নং বৰবালাত যৌতুক বিচাৰি পত্নী নিৰ্যাতনৰ ঘটনা

বৰক্ষেত্ৰীৰ ২ নং বৰবালা চৰত যৌতুকৰ ধনৰ দাবীত পত্নী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে।

 

 ২ নং বৰবালা চৰত যৌতুকৰ ধন নাপাই নিজ পত্নীক হাৰাশাস্তি কৰাৰ অভিযোগ স্বামী চুভান আলীৰ বিৰুদ্ধে। উল্লেখযোগ্য যে- আয়েচা খাতুন নামৰ মহিলা গৰাকীয়ে প্ৰায় ৬ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল চুভান আলী নামৰ লোক জনৰ সৈতে। পৰৱৰ্তী সময় স্বামী চুভান আলীয়ে পত্নীৰ পৰা যৌতুক হিচাপে বিচৰা দুই লাখ টকা নাপাই নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন কৰে পত্নী আয়েচা বেগমে। ভুক্তভোগী মহিলা গৰাকীয়ে ন্যায় বিচাৰি শিয়ালমাৰী চৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। দুটি সন্তান সহ আয়েচা বেগম নামৰ দুৰ্ভগীয়া মহিলা গৰাকীয়ে আৰক্ষী প্ৰশাসনক উচিত তদন্ত বাবে অনুৰোধ জনায়।

মুকালমুৱাৰ পৰা ছাদিকুৰ ৰহমানৰ ৰিপোৰ্ট

No comments:

Post a Comment

SPONSORED