বাহবাৰী‌ উপ আৰক্ষী চকীৰ গাওঁৰক্ষী বাহিনীৰ প্ৰসংশনীয় পদেক্ষেপ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, June 08, 2022

বাহবাৰী‌ উপ আৰক্ষী চকীৰ গাওঁৰক্ষী বাহিনীৰ প্ৰসংশনীয় পদেক্ষেপ

 বাহাবাৰী‌ উপ আৰক্ষী চকীৰ গাওঁৰক্ষী বাহিনীৰ প্ৰসংশনীয় পদেক্ষেপ।

হাইস্কুল আৰু হাই মাদ্ৰাছাৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক জনালে সম্বোৰ্ধনা।

শালবাৰী মহকুমাৰ অন্তৰ্গত, চুনবাৰী, এলেংঙমাৰী, বিশপানী আৰু ৰাঘৱবিল গাওঁৰ পৰা সুক্ষাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে বাহবাৰী‌ উপ-আৰক্ষী চকীৰ গাওঁৰক্ষী বাহিনীয়ে৷

উক্ত  সম্বৰ্ধনা অনুষ্ঠানৰ  উপস্থিত থাকে গাঁওৰক্ষী বাহিনীৰ সদস্য ক্ৰমে  মাহমুদ আলী, ইব্ৰাহিম‌ আলী, মাইনুদ্দিন আলী, মফিজুদ্দিন, ফাৰুক আহামেদৰ লগত চুনবাৰী ভি চি ডি চিৰ প্ৰাক্তন সভাপতি মহৰ আলীয়ে।

গাওঁৰক্ষী বাহিনীয়ে এনে পদেক্ষ‌প গ্ৰহণ কৰাত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলে গাঁওৰক্ষী বাহিনীৰ সভাপতি, সম্পাদকৰ লগতে সদস্যসকললৈ ধন্যবাদ জ্ঞাপন কৰে।

বৰপেটাৰোডৰ পৰা নজৰুল আলী আহমেদৰ ৰিপোৰ্ট

No comments:

Post a Comment

SPONSORED