Rashifal | আজিৰ ৰাশিফল : ১৩ জুন- কেনে যাব আপোনাৰ দিনটো… - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 13, 2022

Rashifal | আজিৰ ৰাশিফল : ১৩ জুন- কেনে যাব আপোনাৰ দিনটো…

২৯ জেঠ (সোমবাৰ) ; ১৩ জুন
সূর্যোদয় ঘঃ ৪-৩৪-৫৮, সূর্যাস্ত ঘঃ ৬-১০-১৪। তিথি- শুক্লা চতুর্দশী, দং ৩৭-৩৮-৩৫ বাঘ ৭-৩৮-২৮৷ নক্ষত্র— অনুৰাবা, দং ৩৯-৫৫-৫০ ৰাঘ ৮৩৩-১৮। জন্ম- বৃশ্চিক ৰাশি, বিপ্লবর্ণ, দেৱগণ, হৰিণৰ অস্থি, বৰুণ যোগ, অ আৰু বিং শনি দশা, বাঘ, ৮-৩৩-১৮ যোৱাত দেৱাৰিগণ, বিং বুধৰ দশা। ভক্ষাভ-মাটিমাহ, মাছ-মাংস খোৱা আৰু প্রায়শ্চিত্ত নিষেধ। চম্পক চতুর্দশীব্রত। পূর্ণিমাৰ নিশি পালন। (গণনামতে)।


মেষ : মনত শংকা, ভয় থাকিব। বিষ বেদনাই আক্রান্ত কৰিব। শুভ ৰং বগা। চৰকাৰী নিযুক্তি পাব পাৰে। বিদেশ ভ্রমণৰ যোগ। নিৰামিষ খাওক। শুভ সংখ্যা আঠ।

বৃষ : বিভিন্ন সমস্যাৰে প্ৰভাৱিত হব। আত্মীয়লোকে শত্রুতা কৰিব পাৰে। শুভ ৰং মাখন। অবাবত ধনৰ ভৰনি। বিদ্যাত আশাপূৰণ। খং কমাওঁক। ভ্রমণত শুভ। শুভ সংখ্যা দুই।

মিথুন : নিজ চেষ্টাৰে আগবাঢ়িব পাৰিব। আনৰ ওপৰত সকলো নিৰ্ভৰ নকৰিব। শুভ ৰং বগা। ব্যৱসায়ত উন্নতি। ভূমি লাভৰ যোগ। বিদ্যাত শুভ। শুভ সংখ্যা পাঁচ।

কর্কট : সমস্যা সমাধানৰ পথ পাব। ভাই-ভনীকলৈ চিন্তিত। শুভ ৰং সোণালী। দেবাদিদেৱক স্মৰণ কৰক। গুৰু স্থানীয় লোকৰ সান্নিধ্য পাব। শুভ সংখ্যা চাৰি। 

সিংহ : মনত জেদ অহংকাৰ বৃদ্ধি পাব। কামৰ হেঁচা বৃদ্ধি। শুভ ৰং মাখন। সৎ লোক সান্নিধ্য পাব। এচিদ, জুই আদিৰ পৰা ভয়। শত্ৰু কমিব। শুভ সংখ্যা আঠ। 

কন্যা : ভুল সিদ্ধান্ত মানি নলব। শাৰীৰিক দিশত লক্ষ্য ৰাখক। শুভ ৰং সোণালী। অহংকাৰ কমাওক। প্রতিবেশীৰ পৰা কষ্ট পাব পাৰে। অর্থ লাভ। শুভ সংখ্যা চাৰি।

তুলা : হাতত লোৱা কামত জয়লাভ। গৃহ অশান্তি যাতে নহয় লক্ষ্য ৰাখক। শুভ ৰং বগা। শিৱ মন্দিৰত গাখীৰ, বেলপাত দান কৰক। শুভ সংখ্যা দুই।

বৃশ্চিক : সকলো কথাতে দাম্ভিকতা প্রদর্শন নকৰিব। বন্ধুৰ দ্বাৰা উন্নতি। শুভ ৰং মুগা। হঠাৎ মনোবল ভাঙিব পাৰে। বস্ত্র, অলংকাৰ লাভ। শুভ সংখ্যা ছয়।

ধনু : কর্ম তৎপৰতা উন্নত। সাহস আৰু মনোবলে সার্থকতা আনিব। শুভ ৰং মাখন। দুষ্ট লোকক মনৰ কথা নকব। ধূমপান নিষেধ। খৰচ । শুভ সংখ্যা আঠ।

মকৰ : কৰ্মত বাধা দূৰ হ’ব। আনৰপৰা সহযোগিতা পাব। শুভ ৰং সোণালী। দেৱাদিদেৱক স্মৰণ কৰক। পাৰিবাৰিকত মন দিয়ক। দ্রব্য লাভ। শুভ সংখ্যা চাৰি।

কুম্ভ : ঘৰুৱা সমস্যা সমাধানত গুৰুসহায়। ভ্রাম্যভাযত ব্যস্ত নথকাই ভাল। শুভ ৰং বগা। ব্যৱসায়ত মন বান্ধক। চর্মৰোগ, অর্শববাগত আক্রান্ত হ'ব পাৰে। শুভ সংখ্যা দুই।

মীনঃ শুভ সংবাদ পাব। চৰকাৰী নিযুক্তি পাব পাবে। শুভ ৰং মুগা। শিৱ মন্দিৰ দৰ্শন কৰক। সন্তানক লৈ চিন্তা। দক্ষতা বৃদ্ধি। খৰচ বৃদ্ধি। শুভ সংখ্যা পাঁচ।

No comments:

Post a Comment

SPONSORED