চাপৰৰ আৰেয়াৰঝাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, October 05, 2022

চাপৰৰ আৰেয়াৰঝাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱ

  • চাপৰৰ আৰেয়াৰঝাৰত অনুষ্ঠিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱ
  • ৫৭৪ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ দুদিনীয়া কাৰ্য্যসূচীৰে উদযাপন।
  • হৰিনাম ধ্বনিৰে মুখৰিত কৰি তোলে আৰেয়াৰঝাৰ ৰাস মন্দিৰ প্ৰাংগন
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্ম জয়ন্তী। সমগ্ৰ ৰাজ্যতে পালন কৰি আছে গুৰুজনাৰ জন্ম মহোৎসৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ আৰেয়াৰঝাৰৰ ৰাস মন্দিৰ প্ৰাংগনত উলহ মালহেৰে দুদিনীয়া কাৰ্য্যসূচীৰে গুৰুজনাৰ ৫৭৪ তম জন্ম মহোৎসৱটি পালন কৰা পৰিলক্ষিত হয়।নাম কিৰ্তনৰ লগতে হৰিনাম ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল।

বুধবাৰ দিনা ৰাতিপুৱা প্ৰথমে পতাকা উত্তোলন পিছত ৰাতিপুৱাৰ প্ৰভাত ফেৰী কৰি ডেকা বুঢ়াৰ নাম কীৰ্তন কৰাৰ লগতে কুইজ,চিত্ৰাংকন ,বৰগীত প্ৰতিযোগীতা কৰি সন্ধিয়া বন্তি প্ৰজ্বলন কৰি প্ৰথম দিনাৰ কাৰ্য্যসূচী সমাপ্ত কৰিব আৰু দ্বিতীয় দিনা বৃহস্পতিবাৰ দিনা গধূলিৰ পৰা ওৰে নিশা আমন্ত্ৰিত নাম দলৰ থিও নাম অনুষ্ঠিত হব বুলি উদযাপন সমিতিয়ে জানিব দিয়ে।

No comments:

Post a Comment

SPONSORED